২৫ নবেম্বৰত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় খনৰ দশম আৰু একাদশ শ্ৰেণীৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ ডেৰশ ছাত্ৰক বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় ৷বিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ৰামকৰণ গোড়ৰ সভাপতিত্বত অনুষ্ঠিত চাইকেল বিতৰণ অনুষ্ঠানত বিটিআৰৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দীপক মৌৰে ছাত্ৰছাত্ৰী ক উদ্দেশ্যি চাইকল খনৰ সদ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেখেত পথত চাইকেল চলাওঁতে পথটো আগুৰি যোৱাৰ পৰিবৰ্তে শাৰী শাৰীকৈ যোৱাৰো পৰামৰ্শ আগবঢ়ায় ৷সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মথুৰ পাঠক ,প্ৰাক্তন সভাপতি পূৰ্ণৰাম ডেকা,উপাধ্যক্ষ তুলসী ৰাম নাথ,ওদালগুৰি জিলা ভূমি উপদেষ্টা সমিতিৰ সদস্য তথা সাংবাদিক মুনীন্দ্ৰ নাথ কলিতা ,অৱসৰী শিক্ষয়িত্ৰী হিমানী পাঠক প্ৰমূখ্যে ব্যক্তি সকল উপস্হিত থাকে ৷সভা খনৰ আঁত ধৰে বিদ্যালয়খনৰ অধ্যক্ষ সুভাষ দেই ৷অধ্যক্ষ গৰাকীয়ে লগতে বিদ্যালয় খনৰ সমস্যা সামাধানৰ বাবে এখন স্মাৰক পত্ৰও এমচিএলএ দীপক মৌৰৰ হাতত প্ৰদান কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…