চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল চুৰি কৰাৰ দৃশ্য।সাৱধান আপোনাৰ দোকানৰ পৰাও এইদৰে লুটি নিব পাৰে দোকানৰ কেছত থকা টকা ।শুকুৰবাৰ ৰাতি পুৱা ৩.৩০ পৰা ৪টা বজাত লামডিং নেতাজী ৰোডত থকা এখন কণী আলু পিয়াঁজৰ দোকানৰ পৰা আৰু নেতাজী ক্লাৱৰ কালী মন্দিৰত চোৰে চলালে সাফাই অভিযান। চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল নেতাজী ৰোডৰ আলু পিয়াজৰ দোকানৰ চুৰি কৰাৰ সমগ্ৰ ঘটনা।ভালকৈ প্ৰত্যক্ষ কৰক গভীৰ নিদ্ৰাত যেতিয়া আপুনি থাকে তেতিয়া কেনেকৈ চোৰে দোকানৰ তলা ভাঙি প্ৰথমে প্রবেশ কৰি দোকানত থকা টকা চুৰি কৰে তাৰ পাছত দোকান খনত লগোৱা চি চি কেমেৰাৰ কানেকচন কাটি দিয়ে। পিছে চোৰিকাণ্ডৰ সমগ্ৰ ঘটনাটো দোকানী ( টুটন কান্তি হোৰ) চিচি ফুটেজত চাই লামডিং আৰক্ষীক অৱগত কৰে।তাৰ পিছত আৰক্ষী আটক কৰি আদালতলৈ প্ৰেৰন কৰে সুজিত দাস নামৰ গভাইত চোৰ জনক। উল্লেখ যে আগতেও এনে ধৰনৰ চুৰিৰ অভিযোগত সুজিতক আটক কৰিছিলে লামডিং আৰক্ষীয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…