শিৱসাগৰ জিলাৰ অন্যতম ইতিহাস সমৃদ্ধ অঞ্চল ৰূপে পৰিচিত নাজিৰাৰ মাদুৰি অঞ্চলৰ অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত গীতিকাৰ কবি সাহিত্যিক “নাজিৰা ডালিমা বাখৰ কছাৰী কমল” খ্যাত প্ৰয়াত কমল কছাৰীৰ ব্যক্তিগত পুথিভঁৰালৰ সমগ্ৰ গ্ৰন্থ নাজিৰা মহাবিদ্যালয়ক দান কৰে পৰিয়ালবৰ্গই। নাজিৰা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ তেখেতৰ পৰিয়ালবৰ্গৰ হৈ পুত্ৰ তথা শিল্পী মানৱতা প্ৰাণ কছাৰীয়ে ২৬ নৱেম্বৰত মহাবিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিক ভাৱে দান কৰে। মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ ড০ ৰাজু ফুকন আৰু গ্ৰন্থগাৰিক ডo ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মাই গ্ৰন্থ সমূহ গ্ৰহণ কৰি এই মহানুভতাৰ বাবে প্ৰয়াত কমল কছাৰীৰ পৰিয়ালবৰ্গক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সামাজিক স্বাৰ্থৰ বাবে এনেদৰে গ্ৰন্থ দান কৰিবলৈ ৰাইজক আহ্বান জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- উৎকট গৰমে দহিব উত্তৰ-পশ্চিম ভাৰতক ! উত্তৰ-পশ্চিম ভাৰতত কেৰালাত অৰেঞ্জ এলাৰ্ট জাৰি…
- শ্ৰী সূৰ্য মন্দিৰত চুৰিকাণ্ড…
- অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই…
- উজনি অসমৰ উত্তৰপাৰ-দক্ষিণপাৰৰ যাতায়তত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজ ! পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী বিভিন্ন সংগঠনৰ…
- চি বি এছ চি’ৰ মেট্ৰিকত ৯৬.২ শতাংশ নম্বৰৰে উজ্জলিল চিলাপথাৰৰ জুবীৰাজ সোনোৱাল…
- বাল ৰক্ষা ভাৰতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চৰকাৰী আঁচনি- শিক্ষাৰ্থীৰ যাৱতীয় নথি-পত্ৰৰ বাবে অনলাইন সেৱা শিৱিৰ সম্পন্ন…
- দেশলৈ ঘূৰি আহিব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি অভিযুক্ত প্ৰজ্জ্বল ৰেভান্না…
- বনজুইঃ উত্তৰাখণ্ডৰ চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীক কিয় নিৰ্বাচনী কামত ব্যৱহাৰ কৰা হৈছিল?
- প্ৰতিবাদলৈ কেৰেপ নকৰিলে চৰকাৰেঃ দেশত কাৰ্যকৰী কৰা হ’ল কা, প্ৰথমবাৰৰ বাবে ১৪ জন আৱেদনকাৰীয়ে কাৰ অধীনত লাভ কৰিলে নাগৰিকত্ব…
- আৰইচি লিমিটেডৰ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰ্ষ বাৱেজাই…