বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই অসম আদর্শ গ্রাম যােজনাৰ অধীনত নির্মাণ কৰিবলগীয়া ৰাংছালী আদর্শ গাঁৱৰ পুঁথিভড়ালনির্মান কামৰ আধাৰশিলা স্থাপন কৰে।ৰাংছালী চেন্টাত নিৰ্মাণ হ’ব লগীয়া পুথিভঁৰালটো বাবে ইতিমধ্যে মুঠ-১৫,২৪,৬৪৯.০০ টকা আবন্ট দিয়া বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।ইফালে একে সময়তে বিধায়ক ৰঞ্জিত দত্তই আজি ইংৰাজী ২৭-১১-২০২১ তাৰিখ শনিবাৰেবিহালী সমষ্টিৰ সন্মানীয় বিধায়ক পঞ্চদশ বিত্তীয় আয়ােগ ২০২১-২২বৰ্ষৰ পুঁজিৰে ৰাংছালী জনতা বাকৰি শৰীৰ চর্চা কেন্দ্রনবীকৰণ আৰু উন্নীতকৰণ কামৰ আধাৰশিলা স্থাপন কৰে । এই শৰীৰ চৰ্চাৰ কেন্দ্ৰটো বাবে ইতিমধ্যে মুঠ ১১,০১লাখ টকা আবন্ট হোৱা বুলি জানিবলৈ দিয়ে।এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকাল দেবী , বটিয়ামাৰী গাওঁ পঞ্চায়তয সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী গাওঁ পঞ্চায়তৰ সভাপতি প্ৰেমকান্ত চেত্ৰী, অভিযন্তা ভূপেন বৰুৱাকে ধৰি অঞ্চলটো কেইবাজনো বিশিষ্ট ব্যক্তি।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…