ডিমাপুৰৰ পৰা বান্দৰদেৱা অভিমুখী দহ চকীয়া লোহাভৰ্তি ট্রাক তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি দুর্ঘটনাত পতিত হৈছিল !যোৱা ২২নবেম্বৰৰ নিশা সংঘটিত এই পথ দুর্ঘটনাৰ চালক ৰাজীৱ বিশ্বকর্মা আৰু হেণ্ডিমেন অমৃত সোনাৰী আজিও সন্ধানহীন হৈ আছে !অমৃত সোনাৰী ঘৰ বিহালী থানাৰ অন্তর্গত চেনীমাৰী গাৱঁত !অতি দুখীয়া পৰিয়ালৰ ললিত সোনাৰীৰ পুত্র অমৃতে ঘৰুৱা অৱস্হা শোচনীয় হোৱাৰ বাবে নৱম শ্রেনীলৈকে পঢ়াশুনা কৰি ঘৰুৱা কামকাজতেই নিয়োজিত হৈ আছিল !২০বছৰীয়া অমৃত যোৱা কালিপূজাৰ পিছদিনাই উক্ত ট্রাকত নিজৰ ভিনীদেউ ৰাজীৱৰ লগতে ট্রাকত কাম কৰিবলৈ গৈছিল !এতিয়াও পৰিয়ালৰ লোক বিশেষকৈ পিতৃ মাতৃয়ে সোনাৰীৰে ঘূৰি আহিব বুলি আশাৰে বিট চাই আছে !অতি দুখীয়া পৰিয়ালৰ অমৃতৰ ইতিমধ্যে আক্ষীয়ে ব্রহ্মপুত্র নদীত ভোটাৰ আই ডি ,পানকার্ড আৰু চোলা এটা উদ্ধাৰ হৈছে যদিও চালক আৰু হেণ্ডিমেনৰ একো সন্ধান পোৱা নাই !এতিয়া অমৃতৰ ঘৰত জনসমাগম হৈ আছে অমৃতৰ খবৰ লবলৈ অহা লোকে !গাঁৱৰ লোকেও আশাত বন্দী অমৃতৰ সন্ধাৰ অপেক্ষাত ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…