টীয়কৰ জাতীয় বিদ্যালয়ত টীয়ক মিচিং বাংকে আগম কেবাঙৰ উদ্যোগত আয়োজিত ছমহীয়া মিচিং ভাষা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে টীয়ক জাতীয় বিদ্যালয় তথা জ্ঞানপীঠ একাডেমীৰ সঞ্চালক প্ৰদীপ চুতীয়াই। আঞ্চলিক সমিতিৰ সভাপতি দিলীপ কুমাৰ মিলিয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত উদ্বোধক ৰূপে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মিলেশ্বৰ পেগু আৰু অতিথি ৰূপে টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মণ্টু কুমাৰ বড়াই অংশগ্ৰহণ কৰি এনে প্ৰশিক্ষণৰ গুৰুত্ব আৰু এই পদক্ষেপৰ জৰিয়তে মিচিং ভাষা শিক্ষাই জনপ্ৰিয়তা লাভ কৰিব বুলি বক্তৃতা আগবঢ়ায় উদ্যোক্তা সকলৰ পদক্ষেপৰ শলাগ লয়।আগম কেবাঙৰ টীয়ক অঞ্চলিকৰ প্ৰতিস্থাপক সম্পাদক অৰ্গেশ্বৰ টাই,প্ৰণৱ পায়েং, টীয়ক ডিব্ৰু কেবাঙৰ সভাপতি ধৰ্মেশ্বৰ মিলি, প্ৰতিষ্ঠাপক সভাপতি পীতাম্বৰ মিলি, সদস্য কাৰ্তিক পেগু আদিয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ৰবীন মিলি, ৰামাকান্ত টাই আৰু ললিত টায়ে প্ৰশিক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…