শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰি হাটৰ নিকটৱৰ্তী শিয়াল মাৰীৰ মহেন্দ্ৰ মোহন প্ৰাথমিক বিদ্যালয় খেলপথাৰত অলপতে অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা কুডুখ (ওৰাও) সাহিত্য সভাৰ উদ্য্যোগ আৰু নদুৱাৰ আঞ্চলিক সমিতি ৰ সহযোগত অনুষ্ঠিত হয় স্মৃতি দিৱস ও মুকলি সভা । পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ ৰে আৰম্ভ হোৱা এই কাযসুচীত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা।শোণিতপুৰ জিলা কুডুখ সাহিত্য সভাৰ সভাপতি,জাকাৰিয়াচ লাকডাৰ পৌৰোহিতত অনুষ্ঠিত হোৱা এই মুকলি সভাত কুডুখ সাহিত্য সভাৰ কেইবা গৰাকী বিশিষ্ট লোকে অঙশ গ্ৰহণ কৰে।সভাত বিভিন্ন অতিথি য়ে কুডুখ (ওৰাও) সমাজৰ বিভিন্ন সামাজিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষ আলোচনা ৰ বিষয় আছিল কুডুখ ভাষা শিক্ষা গ্ৰহণ তেওঁ সাহিত্য সভাৰ ভুমিকা আৰু সমাজ সঙসকাৰত সাহিত্য সভাৰ ভুমিকা ৰ ওপৰত ইডমানুৱেল কুজুৰ আৰু ঘন কান্ত ওৰাঙে বহল ভাৱে আলোচনা আগবঢ়ায় । উল্লেখযোগ্য যে সুদীৰ্ঘ দিন ধৰি অসমত কৰা এই অতিকৈ পিছপৰা জনগোষ্ঠীৰ ভাষাক ভাৰতীয় সঙবিধানৰ অষ্টম অনুসুচিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছে যদিও চৰকাৰে অদেপিও কুডুখ ( ওৰাও )ভাষা ক স্বীকৃতি প্ৰদান নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে কুডুখ সাহিত্য সভাৰ নেতৃবৃন্দই
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…