দৰঙৰ প্ৰয়াত সাহিত্যিক, সাংবাদিক কৃতী শিক্ষক দীপক কুমাৰ শৰ্মাৰ এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় পশ্চিম দৰঙৰ বুঢ়াত ।প্ৰকৃতি বন্ধু নামৰ প্ৰকৃতি প্ৰেমী সংগঠনৰ উদ্যোগত বুঢ়া আৰক্ষী চকী চৌহদত অনুষ্ঠিত সভাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ।২০২০ বৰ্ষৰ ২১ ডিচেম্বৰত মৃত্যু হোৱা শিক্ষকগৰাকী ৰ স্মৃতি চাৰণ সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যপৰ্ণ কৰাৰ লগতে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়ো বৰঙণি বিষয়ে উল্লেখ কৰে ।বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলি কুমাৰে দোচাডে উদ্বোধন কৰা স্মৃতি চাৰণ সভাত সাহিত্যিক তথা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক কমলাকান্ত ডেকাই দীপক কুমাৰ শৰ্মাৰ জীৱন, কৃতি আৰু সাহিত্য সৃষ্টি সন্দৰ্ভত বিস্তৃত ভাৱে ব্যাখ্যা কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে ।বিশিষ্ট চিকিৎসক,কবি ডাঃ কমলা শৰ্মাই সঞ্চালনা কৰা স্মৃতি চাৰণ সভাত অখিল ৰঞ্জন ভট্ৰ,ডাঃ মৃন্ময় নাথ,নাট্যকাৰ নৰেশ্বৰ কলিতা,অৱসৰী আৰক্ষী বিষয়া চক্ৰধৰ ডেকাই বিশেষ ভাৱে অংশগ্ৰহণ কৰে ।আনহাতে প্ৰকৃতি বন্ধু সংস্থা ই প্ৰয়াত শিক্ষক সাংবাদিক গৰাকীক “চিন্তা বৃক্ষ” উপাধি মৰোনত্তৰ ভাৱে প্ৰদান কৰাৰ কথা ৰাজহুৱা ভাৱে প্ৰকাশ কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…
- বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…
- চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…