December 2, 2021 দ’ পুখুৰীত আৱদ্ধ পাঁচটা বনৰীয়া হাতী Share FacebookTwitterWhatsAppTelegramKooEmail গোৱালপাৰাৰ লখিপুৰত বুধবাৰে নিশা দূৰ্ভাগ্যক্ৰমে পোৱালীৰ সৈতে পাঁচটা বনৰীয়া হাতী দ’ পুখুৰীত পৰে। ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ। কিন্তু এতিয়াও হাতীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ । Author: দৈনন্দিন বাৰ্তা Related Articles লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত ৰোহিত মেহতা লায়ন্স কুৱেষ্ট সপ্তাহ উদযাপন দৈনন্দিন বাৰ্তা - September 2, 2026 পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়নক ‘সুন্দৰা নটুৱা’ বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - September 2, 2026 ৰজাপথাৰত প্ৰয়াত কবি শিক্ষয়িত্ৰী তুষামাই টেৰণপীৰ মৃ্ত্যু বাৰ্ষিকীত বাটৰ পুথিভঁৰাল উদ্বোধন দৈনন্দিন বাৰ্তা - September 2, 2026