গুৱাহাটীৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত মন্ত্ৰী ৰণোজ পেগু

মঙলবাৰে গুৱাহাটীৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত দেশজুৰি গ্ৰহণ কৰা এশদিনীয়া পঠন অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলো নাগৰিকক পঠন অভিযানত অংশগ্ৰহণ কৰি কিতাপ পঢ়াৰ সুঅভ্যাস গঢ়ি তুলিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।

Related Articles