মৰিগাঁও জিলাৰ নোৱাগাওঁ ৰাভা স্মৃতি যুৱক সংঘ ও পুথিভঁৰালৰ উদ্যোগত স্বৰ্গীয়া নিৰেমাই দেৱী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক দিবানৈশ চলন্ত ট্ৰফি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ আঠোটা আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰে। সম্পূৰ্ণ ক’ভিড বিধি অনুযায়ী অনুস্থিত হোৱা প্ৰতিযোগিতাখন ৰাতি প্ৰায় এঘাৰ মান বজাত সফলভাৱে সামৰণি পৰে। এইবাৰৰ প্ৰতিযোগিতাখনত মিৰ্জাৰ আৰিয়ান ভলীবল দলে তেজপুৰ ভলীবল দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নগাঁও জিলাৰ ভলীবল দলটিয়ে তৃতীয় স্থানতে থমকি ৰয়। Best Ateker আৰু Best Blocker হিচাপে আৰিয়ান ভলীবল দলৰ খেলুৱৈ ক্ৰমে মধু আৰু আৰিফুল হকে বঁটা লাভ কৰাৰ সমান্তৰালকৈ তেজপুৰ ভলীবল দলৰ খেলুৱৈ মানস হাজৰিকাই Setter হিচাপে বটাঁ লাভ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…
- বিহুৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ…
- অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসাধু ব্যৱসায়ীৰ অবৈধ শিলৰ ৰমৰমীয়া বেহা…
- কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…
- জাঁজীৰ নন্দনবন ৰিজ’ৰ্টৰ সমীপত মটৰচাইকেল-ষ্টাৰ বাছৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত এজন যুৱক…
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…