কৰ্তব্যত গাফিলতিৰ বাবে হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছে এগৰাকী আৰক্ষীক। দিছপুৰৰ যান-বাহন শাখাৰ বিষয়া প্ৰফুল্ল হাজৰিকাক হেডকোৱাৰ্টাৰ ক্ল’জ কৰা হৈছে। যোৱা ২২ মাৰ্চত গুৱাহাটীৰ খানাপাৰাত কৰ্তব্য পালন কৰিছিল বিষয়াজনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হোৱাত কিছু পলম হৈছিল সেই স্থানত।

মুখ্যমন্ত্ৰীৰ ৰোড লাইনিঙৰ দায়িত্বত আছিল যান-বাহন বিষয়াজন ৷ যাৰ বাবে বিষয়াজনক হেডকোৱাৰ্টাৰ ক্ল’জ কৰিলে শীৰ্ষ বিষয়াই ৷

