আজি বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বাগানপাৰাত প্ৰয়াত ভবানী ঠাকুৰীয়াৰ সোৱৰনত এখন স্মৃতিচাৰন সভাৰ আয়োজন কৰা হয়। এই সভা খনৰ লগত সংগতি ৰাখি “কালপ্ৰবাহত বালিচন্দা”নামৰ স্মৰনিকা গ্ৰন্থ এখন উন্মোচন কৰা হয়। কালপ্ৰবাহত বালিচন্দা গ্ৰন্থখনৰ সভাপতি বিনোদ কলিতাই সভাপতিত্ব কৰা আজিৰ এই স্মৃতিচাৰন সভা খনৰ উদ্বোধন কৰে কালপ্ৰবাহত বালিচন্দা গ্ৰন্থখনৰ সম্পাদক জনে।কালপ্ৰবাহত বালিচন্দা নামৰ গ্ৰন্থ খন উন্মোচন কৰে বাগানপাৰাৰ স্হানীয় প্ৰাক্তন শিক্ষক ধৰ্মেশ্বৰ বৰ্মনে।

