গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক লৈ অসম জাতীয় পৰিষদৰ ইস্তাহাৰ মুকলি

ইস্তাহাৰ মুকলি কৰিলে দলটোৰ সভাপতি লুৰিন জ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই , মুখ্য উপদেষ্টা বসন্ত ডেকাই

পৌৰ নিগমৰ নিৰ্বাচনত ২৫ টা ৱাৰ্ডত প্ৰাৰ্থী দিছে দলটোৱে ।

গুৱাহাটীত খিৰতি খাই হিচাপে চৰকাৰে ব্যবহাৰ কৰাৰ অভিযোগ।

চৰকাৰৰ সদ‌ইচ্ছা , পৰিকল্পনা হীনতাৰ বাবে উন্নয়ন হোৱা নাই গুৱাহাটীত ।
দোষ্ট হবিবুৰ ৰহমানৰ গুৱাহাটীকলৈ গোৱা পেৰদি গানেৰে আধাৰত অসম জাতীয় পৰিষদৰ ইস্তাহাৰ।

খোৱা পানীৰ যোগান, কৃত্ৰিম বান , জাৱৰ নিস্কাৰষন এই স্থান পাইছে AJP ৰ ইস্তাহাৰত।

ষ্ট্ৰিক লাইট , CCTVকেমেৰাৰ ব্যবস্থা কৰাৰ কথা প্ৰকাশ পাইছে ইস্তাহাৰত।

বিদ্যুৎ ৰ ৫০ ইউনিট বিনামূলীয়া কৰাৰ চেষ্টা কৰিব দলটোৱে

ইয়াৰ উপৰিও ইস্তাহাৰত আছে মহানগৰ বাসীৰ বাবে বহু প্ৰতিস্ৰুতি ।
ভৰলু নৈ ৰ

খোৱা পানী সমস্যা ক চৰকাৰে সমাধান কৰিব নোৱাৰাৰ অভিযোগ অনি ৰাইজৰ মাজলৈ যাব অসম জাতীয় পৰিষদৰ

গুৱাহাটী ৰ ৪ খন পানী যোগান আঁচনি ৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগ দলটোৰ।

Related Articles