- কাব্যঋষি নীলমণি ফুকনলৈ ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা।
- সোমবাৰে ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা হয় এই বঁটা।
- অসমীয়া সাহিত্য জগতৰ বাবে আজি এটা বিশেষ দিন।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে এই বঁটা।
- জ্ঞানপীঠ বঁটা গ্ৰহণ কৰিয়েই মনৰ অনুভৱ ব্যক্ত কৰিলে নীলমণি ফুকনে।
- কাব্যঋষিয়ে ক’লে ”মানুহতকৈ কোন আছে, কোনোবা যদি দেৱতা আছে তেৱোঁ মানুহ”।
- প্ৰথমবাৰৰ বাবে অসমত প্ৰদান কৰা হয় এই বঁটা।

