অহা 6 মেত মুক্তি পাব “গংগা এখনি বোৱতী হিয়া”।আজি দিনৰ ভাগত নলবাৰী ত প্ৰচাৰৰ বাবে উপস্থিত হল গংগাৰ পৰিয়ালবৰ্গ।নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয় ত উপস্থিত হল গংগাৰ পৰিয়াল।অজয় ফুকন,প্ৰস্তুতি পৰাশৰ ৰ উপৰিও উপস্থিত হল বহু কেইগৰাকী কলা কুশলী।নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয় ত উপস্থিত হল অহা 6 মেত মুক্তি পাব লগা “গংগা এখনি বোৱতী হিয়া”নামৰ চিনেমা খনৰ পৰিয়াল বৰ্গ। অসমীয়া চিনেমাৰ বহল প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কেইবা দিনৰ পৰা সমগ্ৰ অসমজুৰি গংগা পৰিয়াল গৈছে আৰু বিশেষকৈ অসমৰ গাঁৱে ভূৱে অসমীয়া চিনেমাৰ প্ৰচাৰ চলাইছে।
আজি কলেজ বাকৰিত অজয় ফুকনে গংগাৰ প্ৰচাৰ গীত গাই আৰু প্ৰস্তুতি পৰাশৰ উপস্থিত থকা বিভিন্ন কলা কুশলীয়ে কলেজ বাকৰি জীপাল কাৰি তোলে আৰু ছাত্ৰী সকলৰ মাজত অসমীয়া চিনেমাৰ প্ৰচাৰ চলায়।