মিছন বীৰুবালা ৰাভাৰ ক’ৰ কমিটীৰ সাধাৰণ সভা সম্পন্ন,পুৰণি কমিটি ভংগ নতুন কমিটী গঠন

অন্ধ বিশ্বাস ; কুসংস্কাৰ আৰু সামাজিক ন্যায়ৰ ওপৰত কাম কৰা সামাজিক সংস্থা মিছন বীৰুবালা ৰাভাৰ ক’ৰ কমিটীৰ সাধাৰণ সভা খন যোৱা কালি গোৱালপাৰাত অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে ; যোৱা কালি শনিবাৰে দিনৰ দুই বজাত গোৱালপাৰা জিলাৰ ভালুকডুবিৰ আৱৰ্ত ভৱনত ড° বীৰুবালা ৰাভা আৰু মিছন বীৰু বালা শোভাকাংশীৰ উদ্যোগত এখন সাধাৰন সভা অনুস্থিত কৰা হয়। সভাত প্ৰস্তাৱক আৰু সমৰ্থকৰ আহবান ক্ৰমে শ্ৰী যুতা তুলেশ্বৰী ৰাভাই সভাপতিৰ আসন গ্ৰহন কৰে। সভাৰ উদ্দেশ্য ব্যখ্যা কৰে ড° বীৰু বালা ৰাভাই। সভাৰ মূখ্য উদ্দেশ্য হৈছে মিছন বীৰু বালা ৰাভাৰ ক’ৰ কমিতি খন ভঙ্গ কৰা আৰু সভাৰ সৰ্বসন্মতিক্ৰমে নতুন কৈ ক’ৰ কমিতিৰ সদস্য /সদস্যা বাচনি কৰা । ইফালেনতুনকৈ বাচনি কৰা সদস্য/সদস্যাৰ তালিকা খন হৈছে
১/সভাপতি – ড° বীৰু বালা ৰাভা২/ উপ সভাপতি – শ্ৰী যুতা তুলেশ্বৰী ৰাভা শ্ৰী যুতা মামনি শইকীয়া,শ্ৰী যুত ৰ্ধমেশ্বৰ উজিৰ। ৩/ মম্পাদক -শ্ৰী মুকুট ৰাভা পাম । ৪/ সহকাৰি সম্পাদক শ্ৰী যুতা অজ্ঞলি হাজং , শ্ৰী যুতা কনিকা ৰাভা, শ্ৰী যুতা ইন্দিৰা ব্ৰক্ষ্ম । সদস্য/সদস্যা।


মৃদুল ৰাভা,শ্ৰী যুতা যমুনা ৰ্বমন ছৌধূৰী, শ্ৰী যুতা হেলেন ৰাভা বসুমতাৰি ,শ্ৰী যুতা বিভা ৰাভা ,শ্ৰী যুতা কোমলি ৰাভা ,শ্ৰী যুতা অনামিকা বৰুৱা । পৰৱৰ্তী সদস্য /সদস্যা সকলৰ বাচনি পিছৰ কাৰ্য্যকৰী সভাত কৰা হ’ব বুলি জানিব দিয়ে।

Related Articles