May 24, 2022 ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুংগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত এজন Share FacebookTwitterWhatsAppTelegramKooEmail ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুংগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।খানাপাৰা অভিমুখি কণ্টেইনাৰ বাহনে মহটিয়াই নিলে স্কুটী আৰোহীক। স্কুটী আৰোহী জনৰ নাম মৃগাংক বৰ্মন।মৃগাংক বৰ্মনৰ ঘৰ-নলবাৰীৰ সনোৰাত।মৃগাংক বৰ্মনৰ বয়স ২৫ বছৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026 বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026