PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা!

এজন নাবালক ল’ৰাই উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত তেওঁৰ মাতৃক হত্যা কৰে! কিয়নো মাতৃয়ে তেওঁকPUBG খেলিবলৈ বাধা দিছিল। আৰক্ষীয়ে কৈছে যে ১৬ বছৰীয়া ল’ৰাটো অনলাইন গেমটোৰ প্ৰতি আসক্ত আছিল।

সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰিছে যে ল’ৰাটোৱে তেওঁৰ মাকক গুলীয়াই হত্যা কৰে। PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই মাতৃক গুলীয়াই হত্যা কৰিলে সন্তানে।

Related Articles