হিমন্ত মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা , কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ …

হিমন্ত মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীৰ নাম ঘোষণা

জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোছা হিমন্ত মন্ত্ৰীসভাৰ নতুন মুখ ।

আজি শপত লয় দুই নতুন মন্ত্ৰীয়ে

আজি বিয়লি ৩ বজাত হয় শপতগ্ৰহণ অনুষ্ঠান

শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান

Related Articles