June 24, 2022 IB ৰ সঞ্চালকৰ পদত নিযুক্তি অসম সন্তান IPS বিষয়া তপন কুমাৰ ডেকা Share FacebookTwitterWhatsAppTelegramKooEmail অসমবাসীৰ বাবে এক ভাল খবৰ। Intelligence Bureau ৰ সঞ্চালক পদত নিযুক্তি অসম সন্তান IPS বিষয়া তপন কুমাৰ ডেকা।এই পদত নিযুক্তি পোৱা তেঁওৱে হৈছে প্ৰথম গৰাকী অসমীয়া। ১৯৮৮ বেষ্টৰ IPS বিষয়া আছিল তপন কুমাৰ ডেকা। Author: দৈনন্দিন বাৰ্তা Related Articles চুতীয়া সাহিত্য সন্মিলনৰ উদ্যোগত প্ৰকাশ পালে হাৰ্হি দেৱালয়ৰ ইতিবৃত্তঃ অষ্টমীৰ দিনাই আনুষ্ঠানিকভাৱে উন্মোচন দৈনন্দিন বাৰ্তা - October 18, 2026 জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰৰ শুনানিত দুই অভিযুক্তৰ জামিন লাভ সন্দৰ্ভত মহাধিবক্তা দেৱজিৎ শইকীয়াৰ সংবাদমেল দৈনন্দিন বাৰ্তা - October 18, 2026 আজি বাপতি সাহোন কাতি বিহু… দৈনন্দিন বাৰ্তা - October 18, 2026