July 11, 2022 সুৰা সম্ৰাট বিজয় মালিয়াক ৪ মাহৰ কাৰাদণ্ড Share FacebookTwitterWhatsAppTelegramKooEmail সুৰা সম্ৰাট বিজয় মালিয়াক ৪ মাহৰ কাৰাদণ্ড।দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এই ৰায় দান। লগতে ভৰিব লাগিব ২০০০ টকাৰ জৰিমনা।যদি জৰিমনা নিদিয়ে তেন্তে ২ মাহৰ অতিৰিক্ত কাৰাবাস আদালত অৱমাননাৰ বাবে উচ্চতম ন্যায়ালয়ৰ এই ৰায়। Author: দৈনন্দিন বাৰ্তা Related Articles ৬০০জনলৈ বৃদ্ধি নেপালৰ প্ৰলয়ত মৃতকৰ সংখ্যাঃ প্ৰায় ২ হাজাৰ লোকৰ এতিয়াও নাই সন্ধান দৈনন্দিন বাৰ্তা - August 29, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026