APSC পৰীক্ষাৰ ফলাফলত BDO পদত ৩৩ নং স্থানত নিৰ্বাচিত হৈছে তামুলপুৰৰ বগাজুলিৰ বীৰবল ব্ৰহ্ম ৷ পূৰ্বে কৰ পৰিদৰ্শক হিচাপে উত্তীৰ্ণ হৈ বৰ্তমান কৰ পৰিদৰ্শক পদত কৰ্মৰত বীৰবল ব্ৰহ্ম।

আনহাতে তামুলপুৰ জিলাৰ ভোলাঝাৰৰ ক্ৰান্তি দেৱীয়ে ২৯ নং স্থানেৰে ACS বিষয়া ৰূপে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।

