ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোৱাৰক আলী পাঠানৰ ঘৰত ডকাইতি কাণ্ড

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোৱাৰক আলী পাঠানৰ ঘৰত ডকাইতি কাণ্ড।

বৰ্তমানলৈকে অচেতন অৱস্থাত প্ৰাক্তন বিধায়ক পাঠানৰ লগতে পত্নী আৰু বোৱাৰী।

তিনিওকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰা হৈছে।

নিচাজাতীয় স্প্ৰে মাৰি লুটি নিলে বহু পৰিমানৰ সোনৰ আ অলংকাৰ , নগদ ধনৰ লগতে মুল্যৱান আচবাব তথা নথিপত্ৰ।

Related Articles