পাথানে বিশ্বজুৰি ৭০০কোটি টকা উপাৰ্জন কৰে, ডাংগলৰ সংগ্ৰহ অতিক্ৰম কৰিবলৈ সাজু হৈছে পাথান…

শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত ‘পাথান’য়ে বিশ্বজুৰি ৭০০ কোটিৰ সীমা অতিক্ৰম কৰিছে বুলি শুকুৰবাৰে চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক ৰমেশ বালাই শ্বেয়াৰ কৰে।

আমিৰ খানৰ ‘দংগল’ (হিন্দী)ৰ বিশ্বব্যাপী মুঠ সংগ্ৰহক অতিক্ৰম কৰিবলৈ সাজু হৈছে এই ছবিখনে যাৰ মূল্য ৭০২ কোটি।

ইয়াৰ উপৰিও ই দংগলৰ ঘৰুৱা অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে, যিটো ৩৮৭.৩৮ কোটি ।

Related Articles