কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! ৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী অভিলাষী আঁচনি

জনতা ভৱনত সংবাদ মেল। কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ প্ৰকাশ কেশৱ মহন্তৰ-


চাহ শিল্পৰ ২০০ বছৰ উপলক্ষে বিভিন্ন কাৰ্যসূচী


৫০০খন চাহ বাগিচাত গ্ৰহণ কৰিব চৰকাৰী অভিলাষি আঁচনি

৭৫০কোটি খৰছ কৰিব চৰকাৰে


আপোন ঘৰৰ বাবে ১.৪কোটি ৫৭লাখ নতুন কৈ নিৰ্ধাৰিত কৰা হৈছে।

Related Articles