Breaking

চৰকাৰী যোগাযোগত ইংৰাজী শব্দ ব্যৱহাৰ কৰিলে ৮৯ লাখ টকা জৰিমনা…

0 56

ইটালী চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিছে যাৰ অধীনত চৰকাৰী যোগাযোগত ইংৰাজী আৰু অন্যান্য বিদেশী শব্দ ব্যৱহাৰ কৰা নাগৰিকক শাস্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে।

বিধেয়কখনত ইংৰাজী শব্দৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আৰু কোৱা হৈছে যে ই ইটালীয় ভাষাক “নিম্ন আৰু ক্ষতিগ্ৰস্ত” কৰে।

এই নিয়ম উলংঘা কৰাৰ বাবে এক লাখ ইউৰো (৮৯ লাখ টকা) পৰ্যন্ত জৰিমনা বিহাৰ প্ৰস্তাৱ কৰা হৈছে।

Leave A Reply