October 19, 2020 ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৫ লাখৰ ঘৰ Share FacebookTwitterWhatsAppTelegramKooEmail ডিজিটেল ডেস্কঃ ভাৰতত পুনৰ ৫৫,৭২২ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ ধৰা পৰাৰ লগতে ৫৭৯ জন লোকৰ মৃত্যু হৈছে। দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৭৫,৫০,২৭৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰিতে মৃত্যু হৈছে ১,১৪,৬১০ জনৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026 জলবিস্ফোৰত বিধ্বস্ত নেপালঃ বানত নিখোজ হাজাৰ হাজাৰ লোক দৈনন্দিন বাৰ্তা - August 27, 2026