৭২ বছৰীয়া হ’ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ওপজা দিন। আজি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৭২ বছৰত ভৰি দিছে। ১৯৭৪ চনত তেওঁ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল। ৰাজনীতিত পথাৰত তেওঁৰ অভিজ্ঞতা প্ৰায় ৫০ বছৰ। পূৰ্বে ৰাজনাথ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বহুবাৰ কেন্দ্ৰীয় মন্ত্ৰী হৈছে।

জেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ৭২ বছৰীয়া জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles