August 20, 2023 বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায়ৰ দেহাৱসান। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আজি মৃত্যুত সাৱটিলে বিশিষ্ট চিত্ৰশিল্পীগৰাকীয়ে। নিশা ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ। মৰণোত্তৰভাৱে দেহদান কৰি গৈছে শিল্পীগৰাকীয়ে। তেখেতৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ। Author: দৈনন্দিন বাৰ্তা Related Articles কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ দৈনন্দিন বাৰ্তা - April 20, 2026 হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়” দৈনন্দিন বাৰ্তা - April 19, 2026 ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব সুৰৰ সম্ৰাজ্ঞী Asha Bhosleৰ শেষকৃত্য দৈনন্দিন বাৰ্তা - April 13, 2026