August 24, 2023 আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail বৌদ্ধ সাহিত্যৰ শিৰোমণি, সাহিত্যিক পেঞ্চনাৰ, আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ দেহাৱসান। ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । নিশা ১.৭ বজাত জন্মস্থান চলাপথাৰ শ্যাম গাঁৱত মৃত্যু। Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026