November 9, 2020 চিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছাঞ্চামান লিম্বুৰ দেহাবসান Share FacebookTwitterWhatsAppTelegramKooEmail চিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছাঞ্চামান লিম্বুৰ দেহাবসান । বহু দিন ধৰি অসুস্থ হৈ থকা লিম্বুৱে আজি STNM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ। Author: দৈনন্দিন বাৰ্তা Related Articles হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026 চুতীয়া ছাত্ৰ নেতা নিজন্ত চুতীয়াৰ আকস্মিক বিয়োগশিক্ষামন্ত্ৰী,বিধায়ককে ধৰি বিভিন্ন জনৰ শোক প্ৰকাশ দৈনন্দিন বাৰ্তা - June 24, 2026 NEET-UG পৰীক্ষাৰ পূৰ্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক, স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ দৈনন্দিন বাৰ্তা - June 17, 2026