September 29, 2023 তিতাবৰৰ বিজয়পুৰত বন্যহস্তীৰ আক্ৰমণত অতুল কলিতা নামৰ এজন বনকৰ্মী নিহত… Share FacebookTwitterWhatsAppTelegramKooEmail তিতাবৰৰ বিজয়পুৰত বন্যহস্তীৰ আক্ৰমণত অতুল কলিতা নামৰ এজন বনকৰ্মী নিহত হয়। বন্যহস্তীৰ আক্ৰমণত আহত হয় আন ৩ জন বনকৰ্মী। আহত বনকৰ্মীকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ Author: দৈনন্দিন বাৰ্তা Related Articles নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয় দৈনন্দিন বাৰ্তা - July 2, 2026 এল নিনোক লৈ সতৰ্ক কেন্দ্ৰীয় চৰকাৰ : সকলো মন্ত্ৰণালয়ক জৰুৰী পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ । El Niño দৈনন্দিন বাৰ্তা - July 2, 2026 ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026