October 2, 2023 ‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়…’ Share FacebookTwitterWhatsAppTelegramKooEmail ‘মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকিছে’। ‘মুখ্যমন্ত্ৰী ডাঙৰ মানুহ, সেয়ে এনেধৰণৰ কথা কৈছে’। ‘আমাকো নালাগে মুখ্যমন্ত্ৰীৰ সহায়’। ‘এতিয়া মিঞা সমাজে সিদ্ধান্ত ল’ব’। মুখ্যমন্ত্ৰীয়ে মিঞাৰ ভোট নালাগে বুলি কোৱা বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বদৰুদ্দিন আজমলৰ। Author: দৈনন্দিন বাৰ্তা Related Articles সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - August 20, 2026