October 13, 2023 গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়… Share FacebookTwitterWhatsAppTelegramKooEmail গাজা ষ্ট্ৰীপৰ চিকিৎসালয়ত ভয়ংকৰ বিপৰ্যয়। চিকিৎসালয়ত মজুত নাই প্ৰয়োজনীয় জীৱনদায়িনী ইন্ধন তথা সামগ্ৰীৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি প্ৰদান। সামগ্ৰীসমূহ জৰুৰীভাৱে প্ৰেৰণ নকৰিলে মানৱীয় বিপৰ্যয় ৰোধত ব্যৰ্থ হ’ব বুলি মন্তব্য WHOৰ। Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026