নোবেল বঁটা বিজয়ী লুইজ গ্লুকৰ মৃত্যু…

স্পষ্টবাদী গীতিকাৰৰ নোবেল বিজয়ী কবি লুইজ গ্লুকৰ ৮০ বছৰ বয়সত মৃত্যু হয়।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মেছাচুচেটছৰ কেম্ব্ৰিজৰ ঘৰত মৃত্যু হয়।

শুকুৰবাৰে গ্লুকৰ মৃত্যু নিশ্চিত কৰে ফাৰাৰ, ষ্ট্ৰাউছ এণ্ড জিৰ’ৰ সম্পাদক জনাথন গালাছিয়ে।

প্ৰকাশকে জনোৱা মতে, মেছাচুচেটছৰ কেম্ব্ৰিজৰ ঘৰত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

Related Articles