বকতা নঙলামৰা জীৱনজ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত ১ মহীয়া ডবা খেলৰ প্ৰক্ষিশন শিবিৰ…

সামাজিক উত্তৰণৰ ক্ষেত্ৰত শিশু সকলৰ মাজত শিক্ষাৰ সমান্তৰাল ভাৱে খেলৰো বিকাশ ঘটোৱাৰ প্ৰয়োজন আছে | থিক তাৰ এক প্ৰয়াস হিচাপে চৰাইদেউৰ বকতা নঙলামৰা জীৱনজ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত ১ মহীয়া

ডবা খেলৰ প্ৰক্ষিশন শিবিৰৰ আয়োজন কৰা হয় | জীৱনজ্যোতি সংঘ আৰু পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত প্ৰায় দুকুৰি প্ৰশিক্ষাৰ্থীৰ লগতে স্থানীয় বহু সংখ্যক শিশু,

কিশোৰসকলৰ মাজত ডবা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে | লগতে বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰে |

Related Articles