আজি ভেটাপাৰা ত থকা বি. এছ ডায়গনষ্টিক চেণ্টাৰ তথা ক্লিনিক প্ৰতিষ্ঠানটোৱে দাঁত,কান, নাক আৰু ডিঙিৰ বিনামূলীয়া চিকিৎসা শিবিৰ, দক্ষিণ বেলতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়,

বনগাঁও ত আয়োজিত কৰিছিল। ইয়াত দন্ত চিকিৎসক ডাঃ বীনাশ্ৰী চৌধুৰী আৰু ই এন টিৰ চিকিৎসক ডাঃ ইলোৰা দাস ৰ বিনামূলীয়া চিকিৎসাৰ উপৰিও বিনামূলীয়া তেজৰ পৰীক্ষা কৰা হয়।

ইয়াত কমেও ১০০ৰ ওপৰত ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক -শিক্ষয়ত্ৰীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হয়।

