October 18, 2023 কাতি বিহুৰ দিনটোতে মাজুলীত শোকাৱহ ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail কাতি বিহুৰ দিনটোতে মাজুলীত শোকাৱহ ঘটনা। ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি এজন ছাত্ৰৰ। নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ অঞ্জন পায়েং। নৈ পাৰ হৈ গাখীৰ আনিবলৈ যাওতে মৃত্যু হয় ছাত্ৰজনৰ। Author: দৈনন্দিন বাৰ্তা Related Articles কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ দৈনন্দিন বাৰ্তা - April 20, 2026 হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়” দৈনন্দিন বাৰ্তা - April 19, 2026 ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব সুৰৰ সম্ৰাজ্ঞী Asha Bhosleৰ শেষকৃত্য দৈনন্দিন বাৰ্তা - April 13, 2026