October 27, 2023 অসমৰ পৰা দিল্লীলৈ নিয়া হ’ল অমৃত কলহ… Share FacebookTwitterWhatsAppTelegramKooEmail ৫৪০ কলহৰ ২৭০ টা অমৃত কলহ দিল্লীলৈ নিয়া হ’ল৷ আজি পুৱা ৫.৪৫ বজাত ৰাজধানী এক্সপ্ৰেছেৰে নিয়া হ’ল দিল্লীলৈ৷ কাইলৈ দুপৰীয়া দিল্লীত উপস্থিত হ’ব ২৭০জন অমৃত কলহ যাত্ৰী-জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক সুখবৰঃ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালক আনুষ্ঠানিক স্বীকৃতি দৈনন্দিন বাৰ্তা - August 22, 2026 ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে বান দুৰ্গত ৰাইজলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ৩ লাখ টকা অনুদান। দৈনন্দিন বাৰ্তা - August 19, 2026 কৃষকসকলৰ বাবে ‘মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা’, লোকপিয়লক লৈও মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য দৈনন্দিন বাৰ্তা - August 17, 2026