October 27, 2023 পশ্চিম বংগৰ মন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail পশ্চিমবংগৰ বনমন্ত্ৰী জ্যোতিপ্ৰিয় মল্লিকক গ্ৰেপ্তাৰ EDৰ৷২০ ঘণ্টীয়া জেৰাৰ অন্তত মল্লিকক গ্ৰেপ্তাৰ৷ আঁচনিৰ খাদ্য সামগ্ৰী বিতৰণ কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ৷জ্যোতিপ্ৰিয় মল্লিক খাদ্যমন্ত্ৰী থকাৰ সময়ত হৈছিল এই কেলেংকাৰি৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৬০০জনলৈ বৃদ্ধি নেপালৰ প্ৰলয়ত মৃতকৰ সংখ্যাঃ প্ৰায় ২ হাজাৰ লোকৰ এতিয়াও নাই সন্ধান দৈনন্দিন বাৰ্তা - August 29, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026