October 30, 2023 মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত গংগা চৌধুৰীৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ চন্দ্ৰপুৰৰ ভয়ংকৰ দুৰ্ঘটনাত আহত গংগা চৌধুৰীৰ মৃত্যু৷ GMCHত মৃত্যু হয় মহিলাগৰাকীৰ৷ সুৰামত্ত চালকে মহটিয়াই নিছিল মহিলাসহ এখন বাহন৷ চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন৷ Author: দৈনন্দিন বাৰ্তা Related Articles “জানমণি”ৰ জনপ্ৰিয় অভিনেতাৰ বিয়োগ দৈনন্দিন বাৰ্তা - October 20, 2025 নগাঁও জিলাত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত ভাইৰেল, পৰীক্ষাৰ পূৰ্বেই ম’বাইলত পোৱা গ’ল । Viral Question Paper দৈনন্দিন বাৰ্তা - September 18, 2025 ‘হিমন্ত বিশ্বশৰ্মাই পৃথিৱীৰ সকলোকে ফোন কৰিব পাৰিলেও ‘ ‘একমাত্ৰ মোক ফোন কৰিব নোৱাৰে’ ‘মই হিমন্ত বিশ্বৰ ফোন আহিলেও নধৰো’ -গৌৰৱ গগৈ ।Garuva Gogi দৈনন্দিন বাৰ্তা - September 16, 2025