ৰাইজৰ বাবে সুখবৰ । সুলভ মূল্যত পিঁয়াজ যোগানৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ।

গুৱাহাটীত ১২টা বিক্ৰী কেন্দ্ৰত সুলভ মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা।

পুৱা ৮ বজাৰ পৰা ১০ বজালৈ আৰু বিয়লি ৪ বজাৰ পৰা খোলা থাকিব বিক্ৰী কেন্দ্ৰসমূহ।