November 2, 2023 আজি ইডিৰ মুখামুখি হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল… Share FacebookTwitterWhatsAppTelegramKooEmail আজি ইডিৰ মুখামুখি হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল! দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত আজি অৰ্থাৎ ২ নৱেম্বৰত ইডিৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। পুৱা ১১ বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত থাকিব কেজৰিৱাল। Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026