November 5, 2023 প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত… Share FacebookTwitterWhatsAppTelegramKooEmail প্ৰদূষণে ভয়াবহ ৰূপ লৈছে দিল্লীত। দিল্লীবাসীলৈ অশনি সংকেত কঢ়িয়াই আনিছে প্ৰদূষণে। আজিৰ দিনটোত দিল্লীৰ এয়াৰ কোৱালিটী ইনডেক্স হৈছে ৪৯৮। নয়দাৰো এয়াৰ কোৱালিটী ইনডেক্স হৈছেগৈ ৪২০। দিনক দিনে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে দিল্লীত। Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026