November 15, 2023 ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয়ৰ মৃত্যু.. Share FacebookTwitterWhatsAppTelegramKooEmail দেশৰ প্ৰখ্যাত উদ্যোগপতি তথা ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয় ছাহাৰাৰ মৃত্যু। ৭৫ বছৰ বয়সত মৃত্যু ছাহাৰা গ্ৰুপৰ স্বতাধিকাৰী সুব্ৰত ৰয়ৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সুব্ৰত ৰয়। Author: দৈনন্দিন বাৰ্তা Related Articles জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্রতিবাদ কৰি বিপদত অভিনেতা ইমৰান খান দৈনন্দিন বাৰ্তা - October 15, 2026 CJPৰ ২ নেতাক ৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ দৈনন্দিন বাৰ্তা - October 14, 2026 পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক দৈনন্দিন বাৰ্তা - October 13, 2026