November 20, 2023 যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ Share FacebookTwitterWhatsAppTelegramKooEmail যোৰাবাটত পুনৰ চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ। ট্ৰাক দুখনৰ পৰা উদ্ধাৰ ৫৫টাকৈ গো-ধন। চোৰাং গৰুসহ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী। ধৃত হাৰমান লইংড, কিমি ডাকহাৰ, চোনিক তাৰিয়ং। নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাক দুখন। Author: দৈনন্দিন বাৰ্তা Related Articles আমাক ন্যায় লাগেঃ জুবিনে ভালপোৱা মানুহক হত্যাকাৰী সজালে তেওঁৰ আত্মাই কষ্ট পাব দৈনন্দিন বাৰ্তা - April 22, 2026 সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন অগ্ৰাহ্য আদালতৰ দৈনন্দিন বাৰ্তা - April 22, 2026 ঢকুৱাখনাত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন । স্মৃতিগ্ৰন্থ-“বীৰাঙ্গনা” উন্মোচন দৈনন্দিন বাৰ্তা - April 21, 2026