December 2, 2023 শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি ভ্ৰমণ… Share FacebookTwitterWhatsAppTelegramKooEmail শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ চাইকেলেৰে সমষ্টি পৰিভ্ৰমণ। অখিল গগৈয়ে চাইকেলেৰে শিৱসাগৰ সমষ্টিৰ কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিভ্ৰমণ কৰে। কোঁৱৰপুৰ মৌজাৰ বিভিন্ন গাওঁ পৰিদৰ্শন কৰি বিধায়কজনে গাঁৱৰ বাট পথ নামঘৰ আদি পৰিদৰ্শন কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টিশীল লিখনিৰ কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা সম্পন্ন দৈনন্দিন বাৰ্তা - May 3, 2026 মাৰ্ঘেৰিটাত আনন্দ ডান্স একাডেমীৰ বৰ্ণাঢ্য প্ৰতিষ্ঠা দিৱসঃ শতাধিক কণ-কণ শিশুৰ নৃত্যই মুহিলে ৰাইজক দৈনন্দিন বাৰ্তা - May 3, 2026 ডুমডুমা জাতীয় বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড দৈনন্দিন বাৰ্তা - May 3, 2026