December 4, 2023 তেলেংগানাত পিলাটাছ প্ৰশিক্ষকৰ বিমান দুৰ্ঘটনাগ্ৰস্তৰ ফলত ২ জন পাইলটৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail তেলেংগানাত বায়ু সেনাৰ এয়াৰ ক্ৰাফট বিমান দুৰ্ঘটনাগ্ৰস্ত৷ পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত পিলাটাছ পি চি-২ বিমানখন৷ দুৰ্ঘটনাত দুগৰাকী পাইলট নিহত৷ হায়দৰাবাদৰ AFAৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ সময়তে এই ঘটনা৷ Author: দৈনন্দিন বাৰ্তা Related Articles ৬০০জনলৈ বৃদ্ধি নেপালৰ প্ৰলয়ত মৃতকৰ সংখ্যাঃ প্ৰায় ২ হাজাৰ লোকৰ এতিয়াও নাই সন্ধান দৈনন্দিন বাৰ্তা - August 29, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 সাহায্য় সামগ্ৰী, ঔষধ লৈ নেপালত ভাৰতীয় বায়ু সেনাৰ দলঃ ৩০০ ভাৰতীয় নিৰুদ্দেশ, মৃত্যু ১৬৫ জনৰ দৈনন্দিন বাৰ্তা - August 27, 2026