December 7, 2023 আমেৰিকাত পুনৰ লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ… Share FacebookTwitterWhatsAppTelegramKooEmail আমেৰিকাত পুনৰ নৰসংহাৰৰ ঘটনা। লাছ ভেগাছৰ নেভাডা বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত ঘটনাস্থলীতে ৩জন লোকৰ মৃত্যু। আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত আক্ৰমণকাৰী। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰত সেৱাশ্ৰম সংঘৰ তিনিচুকীয়া শাখাৰ বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ দৈনন্দিন বাৰ্তা - December 13, 2025 সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ । দৈনন্দিন বাৰ্তা - December 13, 2025 জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ? দৈনন্দিন বাৰ্তা - December 13, 2025